দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱস উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Screenshot 146

■মহান আদৰ্শবাদী নেতা দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱস উপলক্ষে গুৱাহাটীত বুথ সভাপতি সৰলা দাস আৰু কামিনী বৰ্মনৰ বাসগৃহত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
■”ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ দায়িত্ব সমান । আমি সমাজৰ প্ৰতি সমদৃষ্টি ৰাখি সমদায়িত্ব পালন কৰিব লাগিব ।” বুথ সভাপতি সৰলা দাস আৰু কামিনী বৰ্মনৰ বাসগৃহত দীনদয়াল উপাধ্যায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সম্বোধন কৰি অনুষ্ঠানত এনেদৰে কয় মুখ্যমন্ত্ৰী সোণোৱালে ।

Exit mobile version