- বিটিআৰ চুক্তি সন্দৰ্ভত আক্ৰাছু হিতেশ বৰ্মণ গোটৰ সংবাদমেল ।
- কোঁচৰাজ বংশীসকলক নিঃশেষ কৰাৰ বাবে BTR চুক্তি ।
- ২০০৩ত সন্ত্ৰাসবাদ বন্ধ কৰাৰ কথা চিন্তা কৰি BTC চুক্তিক সমৰ্থন কৰিছিল সকলোৱে ।
- কিন্তু এইবাৰ একপক্ষীয় ভাবে কৰা হ’ল বিটিআৰ চুক্তি ।
- গৃহ ভূমিতে নিঃশেষ হ’ব কোঁচ ৰাজবংশীসকল ।
- গণতান্ত্ৰিক আন্দোলন নে হিংসাত্মক আন্দোলন বুজিব চৰকাৰে ।
- BTR চুক্তি কাৰ্যক্ষম কৰাৰ আগত কোঁচ ৰাজবংশী সকলক জনজাতিকৰণ কৰক ।
- প্ৰয়োজনত অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ আক্ৰাছুৰ ।
- ২৬ সমষ্টিত বিজেপিক সহায় নকৰাৰ হুংকাৰ ।
কোঁচ ৰাজবংশীসকলক নিঃশেষ কৰাৰ বাবে বিটিআৰ চুক্তিঃ আক্ৰাছু
