কোঁচ ৰাজবংশীসকলক নিঃশেষ কৰাৰ বাবে বিটিআৰ চুক্তিঃ আক্ৰাছু

IMG 20200926 WA0006
  • বিটিআৰ চুক্তি সন্দৰ্ভত আক্ৰাছু হিতেশ বৰ্মণ গোটৰ সংবাদমেল  ।
  • কোঁচৰাজ বংশীসকলক নিঃশেষ কৰাৰ বাবে BTR চুক্তি  ।
  • ২০০৩ত সন্ত্ৰাসবাদ বন্ধ কৰাৰ কথা চিন্তা কৰি BTC চুক্তিক সমৰ্থন কৰিছিল সকলোৱে  ।
  • কিন্তু এইবাৰ একপক্ষীয় ভাবে কৰা হ’ল বিটিআৰ চুক্তি  ।
  • গৃহ ভূমিতে নিঃশেষ হ’ব কোঁচ ৰাজবংশীসকল  ।
  • গণতান্ত্ৰিক আন্দোলন নে হিংসাত্মক আন্দোলন বুজিব চৰকাৰে  ।
  • BTR চুক্তি কাৰ্যক্ষম কৰাৰ আগত কোঁচ ৰাজবংশী সকলক জনজাতিকৰণ কৰক  ।
  • প্ৰয়োজনত অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ আক্ৰাছুৰ  ।
  • ২৬  সমষ্টিত বিজেপিক সহায় নকৰাৰ হুংকাৰ  ।
Exit mobile version