প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসা কৰিব এইমছৰ চিকিৎসক আনন্দ মোহনে

tarun gogoi 1

■ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসাৰ বাবে উপস্থিত এইমছৰ চিকিৎসক আনন্দ মোহন ।
■  পালম’নাৰী মেডিচিনৰ অধ্যাপক আনন্দ মোহন ।
■উল্লেখ্য যে, শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ সন্দৰ্ভত এইমছৰ সঞ্চালক ৰনদীপ গুলেৰীয়াৰ স’তে প্ৰায় ১ ঘণ্টাৰ ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰা হৈছিল ।
■ ভিডিঅ’ কনফাৰেন্সত  প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসাৰ বাবে এইমছৰ এজন চিকিৎসক পঠাব বুলি সদৰী কৰিছিল গুলেৰীয়াই ।

Exit mobile version