ভাৰতত কৰ’নাৰ সংহাৰ

Coronavirus 1

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৮৮,৬০০ জন লোক ৷ আনহাতে মৃত্যু হৈছে ১,১২৪ জন ৷ ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে ৬০ লাখৰ ঘৰ। আনহাতে দেশত কৰ’নাত সুস্থ হৈছে ৪৯.৪১জন লোক । কৰ’নাত চিকিৎসাধীন হৈ আছে ৯.৫৬ লাখ লোক। কৰ’নাত মৃত্যু হৈছে ৯৪.৫০৩ জন লোক  ৷ ইপিনে বিগত ২৪ ঘন্টাত কৰ’নাৰ পৰীক্ষা কৰা হৈছে ৯.৮৭ লাখ। আহক চাঁও কৰ’নাৰ সন্দেৰ্ভত শেহতীয়া তথ্য

Exit mobile version