সঞ্জু চেমচন ভৱিষ্যতৰ মহেন্দ্ৰ সিং ধোনীঃমন্তব্য কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ

b4611b024254a40ff5097ff47b512ddc

সম্প্ৰতি দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ মাজত দেখা গৈছে IPL ৰ জ্বৰ ৷শেহতীয়াকৈ Rajasthan Royals আৰু Kings XI panjab ৰ মাজত হোৱা খেলখনত ৰাজস্থান ৰয়েলছে অতি কৌশলেৰে KXIP ক ৪ টা উইকেটত পৰাজয় কৰে ৷

আনহাতে ৮৫ ৰাণ সংগ্ৰহ কৰি Sanju Samson য়ে লাভ কৰে মেন অফ দ্য মেছ খিতাপ।সঞ্জুয়ে চেমচনে ৮৫ ৰাণ সংগ্ৰহ কৰে ৷চেন্নাই চুপাৰ কিংগছৰ বিৰুদ্ধে প্ৰথমতে ৭৪ ৰাণ আৰু দ্বিতীয়তে ৮৫ ৰাণ সংগ্ৰহ কৰাৰ পাছত Sanju Samson ৰ তুলনা হৈছে মিষ্টাৰ Cool মহেন্দ্ৰ সিং ধোনীৰ লগত ৷

একাংশই Sanju Sansonক ভৱিষ্যতৰ মহেন্দ্ৰ সিং ধোনী বুলি অভিহিত কৰিছে ৷কংগ্ৰেছ নেতা শশী থাৰুৰে Sanjur তুলনা কৰে মহেন্দ্ৰ সিং ধোনীৰ তুলনা কৰে ৷ইয়াৰ পাছতে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

শশী থাৰুৰে Sanju Samson ৰ প্ৰশংসাত কয়” ৰাজস্থান ৰয়েলছে অভাৱনীয় সফলতা লাভ কৰিছে ৷মই Sanju Samon ৰ পূৰ্বৰে পৰাই জানো। যেতিয়া তেওঁ ১৪ বছৰৰ আছিল ৷মই তেওঁক কৈছিলো যে তেওঁ ভৱিষ্যতৰ মহেন্দ্ৰ সিং ধোনী হ’ব পাৰিব ৷এতিয়া সেই সময় আহিল ৷”

ইয়াৰ পাছতেই প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে৷কয় “সঞ্জু চেমচন কোনো বেলেগ হোৱাৰ প্ৰয়োজন নাই। তেওঁ The Sanju Samson হ’ব ৷”

উল্লেখযোগ্য KXIP য়ে প্ৰথমতে বেটিং কৰি ২২৩ ৰাণ কৰে ৷ Mayank Agarwal য়ে ১০৬ ৰাণ কৰি সুন্দৰ খেল প্ৰদৰ্শন কৰে খেল পথাৰত।

Mayank ৰ কাৰণে KXIP য়ে ২২৩ৰাণ কৰিবলৈ সক্ষম হয়। Mayank Agarwal প্ৰত্যেকখন খেলত ভাল প্ৰদৰ্শন কৰি আহিছে ৷লগতে Agarwal ৰ কিছুমান ভিডিঅ’ যথেষ্ট ভাইৰেল হৈছে ৷

Exit mobile version