Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

আপুনি অভিযুক্ত নহ’লেও আৰক্ষীয়ে আপোনাৰ ফোন জব্দ কৰিব পাৰেনে ?

publisher by publisher
September 29, 2020
in Crime, India, News
Reading Time: 1 min read
0
আপুনি অভিযুক্ত নহ’লেও আৰক্ষীয়ে আপোনাৰ ফোন জব্দ কৰিব পাৰেনে ?
1
SHARES
11
VIEWS
ShareShareShareShare

সম্প্ৰতি NCBয়ে মাদকদ্ৰব্যৰ সন্দৰ্ভত প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড ৰিয়াৰ লগতে বলীউদৰ বহু হাইপ্ৰফাইল অভিনেত্ৰীক সোধপোছ কৰি আছে । NCB য়ে প্ৰথমতে ৰিয়া চক্ৰৱৰ্তী আৰু প্ৰয়াত সুশান্তৰ প্ৰাক্তন মেনেজাৰ জ’য়া সাহাৰ ম’বাইল ফোন জব্দ কৰাৰ পাছত শেহতীয়াকৈ দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলি খানৰ মোবাইল ফোনসমূহ জব্দ কৰিছে ।

ADVERTISEMENT

এতিয়া কথা হ’ল আৰক্ষীয়ে কোনো বিষয়ৰ তদন্ত কৰোতে কোনো লোকৰ ফোন জব্দ কৰিব পাৰেনে ? হয় পাৰে, ধাৰা ১০২ৰ অনুসৰি যদি আৰক্ষীয়ে তদন্ত কৰা বিষয়টোৰ লগত জড়িত কোনো সামগ্ৰীৰ প্ৰতি সন্দেহ হয় তেন্তে সেই সামগ্ৰীসমূহক জব্দ কৰিব পাৰে ৷ যদি কোনো এজন লোক এটা গোচৰত জড়িত নাথাকে তেন্তে আৰক্ষীয়ে তেওঁৰ সামগ্ৰী জব্দ কৰিব পাৰেনে?

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

ধাৰা ১০২ৰ CrPC য়ে আৰক্ষীক এটা বিশেষ ক্ষমতা প্ৰদান কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সন্দেহ থাকিলে মোবাইল, লেপটপ আৰু ব্যক্তিগত ডায়েৰীৰ লগতে তদন্তৰ লগত সহায়ক হোৱা সম্পদসমূহ জব্দ কৰিব পাৰে ৷ গতিকে এই ক্ষেত্ৰত কোনো লোক অভিযুক্ত হয় নে নহয় সেই কথা গৌণ হৈ পৰে ৷

আৰক্ষীয়ে জব্দ কৰাৰ পাছত ফোন বা লেপটপৰ তথ্যসমূহ সুৰক্ষিত হৈ থাকে নে? এই সন্দৰ্ভত তদন্তকাৰী এজন বিষয়াই কয় যায় কোনো লোকৰ ব্যক্তিগত ফোন বা লেপটপৰ দৰে সামগ্ৰীসমূহ জব্দ কৰিলেও সেই সন্দৰ্ভত কোনো তথ্য ফাদিল কৰা নহয় । লোকজনৰ সকলো তথ্য গোপন কৰি ৰখা হয় । সুশান্তৰ মাদকদ্ৰব্যৰ সেৱন আৰু সববৰাহৰ সন্দৰ্ভত দীপিকা, ছাৰা, শ্ৰদ্ধাৰ মোবাইল ফোন জব্দ কৰা হৈছে ।

এই ক্ষেত্ৰত ফোন জব্দই তদন্তত কি ভূমিকা গ্ৰহণ কৰিব ? এই সন্দৰ্ভত তদন্তকাৰী বিষয়াৰ মন্তব্য অনুসৰি সাধাৰণতে তেওঁলোকে অভিযুক্তৰ ফোনসমূহ জব্দ কৰাৰ পাছত উত্থাপন হোৱা গোচৰটোৰ সন্দৰ্ভত অধিক তথ্য একত্ৰিত কৰিবলৈ সক্ষম হয় । উদাহৰণস্বৰূপে সুশান্তৰ মাদকদ্ৰব্যৰ সেৱন, সৰবৰাহ গোচৰটোৰ “Hash” ক’ত, কোনে, কিয় খুজিছিল সেই সম্পৰ্কত জানিবলৈ সুবিধা হ’ব ।

আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীসমূহ অভিযুক্তই কেতিয়া ঘূৰাই পাব ? সামগ্ৰীসমূহ ঘূৰাই দিয়া নিদিয়া বিষয়টো আৰক্ষীয়ে ঘটনাৰ লগত জৰিত বিষয়সমূহ লাভ কৰিছেনে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিব ৷ আনহাতে সামগ্ৰীসমূহৰ স্বতাধিকাৰীয়ে পুনৰ তেওঁৰ সামগ্ৰীসমূহক বিচাৰি আদালতত আবেদন কৰিব পাৰে ৷

যদি ফোনৰ তথ্যসমূহ গোচৰটো তদন্ত কৰাত সহায়ক হয় তেন্তে আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীসমূহ স্বতাধিকাৰীয়ে পাবলৈ গোচৰটোৰ সমাধান হোৱালৈ অপেক্ষা কৰিব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BOLLYWOODDeepika PadukoneNCBSara Ali KhanShraddha Kapur
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d