জনজাতিকৰণৰ-স্বায়ত্ত শাসনৰ দাবীত ৰাজ্যজুৰি চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

WhatsApp Image 2020 09 30 at 3.25.18 PM

#আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ |

# গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, লখিমপুৰ,ধেমাজী আদি জিলাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাতো প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে সংগঠনটোৱে |

#গোলাঘাটত মুণ্ডণ আৰু অৰ্ধ উলংগ হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ |

#প্ৰতিবাদত অংশ লৈ কেন্দ্ৰীয় সম্পাদক মহেন বৰাৰ চৰকাৰক তীব্ৰ সমালোচনা |

#আগন্তক বিধানসভা নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ মৰ্যাদা আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবী |

#জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ প্ৰদান নকৰিলে চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ |

#প্ৰতিখন চৰকাৰে বঞ্চনা আৰু প্ৰতাৰণা কৰাৰ অভিযোগ

# প্ৰতাৰণা আৰু সহ্য নকৰাৰৰ হুংকাৰ প্ৰতিবাদকাৰীৰ |

Exit mobile version