Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

publisher by publisher
April 25, 2026
in News, Assam
Reading Time: 1 min read
0
উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

উচ্চতৰ মাধ্যমিকৰ নতুন শিক্ষা বৰ্ষত বছৰজুৰি কৰা হ’ব জুবিন গাৰ্গৰ চৰ্চা। প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাৰ গোচৰৰ শুনানি দ্রুত আদালতত অব্যাহত আছে। আজিও ইয়াৰ শুনানি অনুষ্ঠিত হয়। ইয়াৰ মাজতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ২০২৬-২৭শিক্ষা বৰ্ষৰ শৈক্ষিক দিনপঞ্জী প্ৰকাশ কৰা হৈছে আৰু ইয়াতে গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গক লৈ বর্ষজোৰা চৰ্চাৰ শিতান। জুবিনৰ কে’বাটাও বিশেষ উক্তিক লৈ শিক্ষা বৰ্ষটোৰ প্ৰতিটো মাহত চৰ্চা কৰা হ’ব আৰু সেই বিষয়বোৰো দিনপঞ্জীত উদ্ধৃত কৰা হৈছে।

ADVERTISEMENT

তদুপৰি এটা পাঠত জুবিন গাৰ্গৰ বিষয়েও সন্নিবিষ্ট হৈছে। এই বিশেষ পদক্ষেপৰ সন্দৰ্ভত দিনপঞ্জীখনত উল্লেখ কৰা হৈছে যে বিশেষ বিশেষ উল্লেখযোগ্য বিষয়ক লৈ পূর্বেও চর্চা কৰা হৈছিল। ইয়াৰ ভিতৰত অন্যতম হ’ল মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী, আজাদী কা অমৃত মহোৎসৱ, জি-২০ আৰু ইছৰ’। সেই তালিকাতে এইবাৰ সংযোজিত হোৱা বিষয়বস্তু হৈছে জুবিন গাৰ্গ।

দিনপঞ্জীখনত সকলো শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু শিক্ষকসকলক অনুৰোধ জনাই উল্লেখ কৰা হৈছে যে তেওঁলোকে এই শিক্ষা বর্ষটোত জুবিন গাৰ্গক লৈ নিজৰ নিজৰ শিক্ষানুষ্ঠানত পৰিৱেশ গঢ়ি তুলিব লাগিব। জুবিন গাৰ্গৰ সৃষ্টিশীলতা, মানবীয়তা আদি দিশবোৰ ইয়াত আলোচনা কৰিব লাগিব। প্রতি মাহত কোনবোৰ বিষয়ক লৈ বিশেষভাৱে চৰ্চা কৰিব লাগিব সেয়াও দিনপঞ্জীত উদ্ধৃত কৰা হৈছে।

এই বিষয়বোৰ প্ৰয়াত শিল্পীজনৰ উল্লেখযোগ্য কেইটামান উক্তিৰ পৰা গ্ৰহণ কৰা হৈছে। সেই অনুসৰি মে’ত আলোচনা কৰিবলগীয়া জুবিনৰ উক্তিটো হ’ল ‘যিকোনো শোষণ-নিষ্পেষণৰ পৰা প্ৰতিজন মানুহক মুক্তি লাগে। কিন্তু আমাক শাস্তি লাগে।

ৰাজনৈতিক বিশ্লেষণ সমীকৰণ মই নাজানো। কিন্তু আত্মাৰ নিৰ্দেশ মই অনুভৱ কৰো।’ জুনত চৰ্চা কৰিবলগীয়া উক্তিটো হ’ল ‘অর্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায় তেতিয়া কলা নিঃশেষ হয়।’ জুলাইৰ উক্তিটো হ’ল ‘মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভনাই, দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়।’

এনেদৰে প্ৰতি মাহৰ বাবে উল্লেখ কৰা আন উক্তিবোৰৰ ভিতৰত আছে ‘মই জাতিভেদত বিশ্বাস নকৰো। অকল মানুহ বুলি ভাবো। নিজকে শুদ্ধ অসমীয়া বুলি ভাবো’; ‘নাম থাকিলে বদনাম থাকেই’, ‘কিতাপ নপঢ়া জাতিক কেবল গামোচাই বচাব নোৱাৰে’, ‘কেতিয়াও নিজক ঢিলাই দিব নালাগে। যোদ্ধা মনোভাবটো সদায় মনৰ ভিতৰত থাকিব লাগে। সেইটো লৈয়েই মই আগুৱাই গৈ আছো সদায়’, ‘পৃথিৱীখন দুটা বস্তুৱেই চলায়। এটা হৈছে মগজু আৰু আনটো হৈছে হৃদয়’, ‘কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ’বলৈ বিচাৰো’, ‘নতুন প্রজন্মই যদি অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকে, তেন্তে তেওঁলোকে শিক্ষা ঠিকেই পাব কিন্তু জ্ঞান নাপাব। চাকৰি পাব কিন্তু জীৱনৰ সোৱাদ উপলব্ধি কৰিব নোৱাৰিব’, ‘ভগৱান আকাশত নাথাকে, ভগৱান সকলোৰে মাজত থাকে, ভগৱান ফুলত থাকে-গছত থাকে’ আৰু ‘মোতকৈ বেছি মোৰ কৰ্মখিনিক, মোৰ সৃষ্টিখিনিক মানুহে মনত ৰাখিলে মই বেছি ভাল পাম।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d