- অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী ।
- বিজেপিৰ ভিজন্ট ডকুমেন্টৰ প্ৰস্তুতৰ অন্যতম সদস্য উপেন নাথৰ যোগদান ।
- অসম নিৰ্মাণ দলৰ সভাপতি আছিল নাথ ।
- অসম নিৰ্মাণ দলৰ ২৪জন বিষয়ববীয়াই কৰিলে যোগদান ।
- অইল ইণ্ডিয়া প্ৰাক্তন পৰিচালক(gm) অমিত কুমাৰ খাটনিয়াৰ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিকাশ নাৰায়ণ শৰ্মাৰ যোগদান ।
জাতীয় পৰিষদত যোগদান বিজেপিৰ ভিজন্ট ডকুমেন্ট প্ৰস্তুতৰ অন্যতম সদস্য উপেন নাথ
-
By publisher
Related Content
Aap Assam Pressmeet:ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে
By
publisher
May 2, 2024
GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ !
By
publisher
May 2, 2024
Bank Robbery in Nagaon:নগাঁৱত দিন- দুপৰতে চাঞ্চল্যকৰ বেংক ডকাইতি !
By
publisher
May 2, 2024