প্ৰসংগ:এছ আই কেলেংকাৰি

WhatsApp Image 2020 09 30 at 3.13.34 PM

 

#এছ আই কেলেংকাৰিৰ সন্দৰ্ভত হোটৈল ভাৰ্গৱ গ্ৰেণ্ডত চি আই ডিৰ পুনৰ অভিযান।
#কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত অভিযান চি আই ডিৰ।
# অভিযানৰ সময়তে হোটেলখনৰ কে’বাটাও কোঠা সংৰক্ষণ কৰে চি আইডিয়ে।
#সংশ্লিষ্ট কোঠাত ৬৩ জন চাকৰি প্ৰাৰ্থীয়ে পৰীক্ষাৰ পূৰ্বে বাহৰ পতাৰ তথ্য উদ্ধাৰৰ পাছতে চি আই ডিৰ এই অভিযান।

Exit mobile version