■ ভাৰতীয় বজাৰত এইবাৰ আকৰ্ষণীয় Royal Enfield Classic 350 ক প্ৰতিদ্বন্দিতা আগবঢ়াব পৰাকৈ মুকলি হৈছে Honda H’Ness CB 350 ।
■ Honda Motorcycle and Scooter India (HMSI)এ নতুন আধুনিক ক্লাসিক মটৰচাইকেল Honda H’Ness CB 350 নামেৰে বজাৰত মুকলি কৰিছে ।
■ এইখনৰ মূল্য হ’ব প্ৰায় ১.৯০ লাখ টকা।
■ ৩৫০ চিচি ছিংগল চিলিণ্ডাৰযুক্ত ইঞ্জিন ২০.৮ বিএইচপি পাৱাৰ আৰু ৩০ এনএম টৰ্কৰে তৈয়াৰ কৰা হৈছে।
■ Honda H’Ness CB 350খন ভাৰতীয় বজাৰৰ বাবে মুকলি কৰা হৈছে।
■ ৰেট্ৰো ষ্টাইলৰ মটৰচাইকেলখন ৩৫০-৫০০ চিচি মটৰচাইকেলৰ অংশ প্ৰিমীয়াম প্ৰডাক্ট হিচাপে স্থাপন কৰা হ’ব আৰু বিক্ৰী কৰা হ’ব ভাৰতৰ Hondaৰ Bigwing Dealership Network ৰ মাধ্যমেৰে ।
■ HSMI এ এই পর্যন্ত মটৰচাইকেল খনৰ দাম চুড়ান্ত কৰা নাই ।