সুখবৰঃ Filpkart ত উপলব্ধ হ’ল Realme Narzo 20 A

Realme Narzo 20A 1

আজি দুপৰীয়া ১২ বজাৰ পৰা Fipkart ত প্ৰথমবাৰৰ কাৰণে উপলব্ধ হ’ল Realme Narzo 20A ৷

Realme Narzo 20A ত উপলব্ধ হ’ব তিনিটা কেমেৰা ৷আৰু ৫০০০ mAh বেটাৰী।

লগতে 8 মেগাপিক্সেলৰ চেলফি কেমেৰা।

Filpkartত আজি ১২বজাৰ পৰা Realme Narzo 20A উপলব্ধ হৈছে। 3Gb ফোনটোৰ মূল্য ৮,৪৯৯ টকা ।আনহাতে 4Gb ফোনটোৰ মূল্য ৯,৪৯৯ টকা

Filpkartত ICICI বেংকৰ পৰা ক্ৰয় কৰিলে ৫শতাংশ ৰেহাই পাব ।

Axis Bank ৰ যোগেদি ক্ৰয় কৰিলে পাব ৫ শতাংশ cashback ৷

আনহাতে Realme Narzo20A ত ৬.৫ HD ডিছপ্লে লাভ কৰিব৷

লগতে পাব দুখনকৈ ছিমৰ সুবিধা ৷

Exit mobile version