আপুনি বাৰু ম’বাইল ক্ৰয় কৰাৰ কথা ভাবিছে নেকি?

Google Pixel 4a is an unexpected success

■ অতি শীঘ্ৰেই নতুনকৈ মুকলি হ’ব Pixel 4A ম’বাইল ফোন ।

■Pixel 4A ভাৰতত ১৭ অক্টোবৰত ফ্লিপকাৰ্টৰ জৰিয়তে ক্ৰয়ৰ বাবে মুকলি কৰি দিয়া হ’ব ।

■ গুগলে নিজে এই বিষয়ে টুইটাৰ যোগে জানিবলৈ দিয়ে ।

■ আগষ্ট মাহৰ আৰম্ভণিতে ম’বাইলটোৰ কিছু সবিশেষ দেখুওৱা হৈছিল।

■ বিগত বর্ষত বজাৰত উপলব্ধ হোৱা Pixel 3a ৰ আপগ্ৰেড version এই ম’বাইলটো।

■ এই পৰ্যন্ত নতুনকৈ মুকলি কৰিবলগীয়া ম’বাইলটোৰ মূল্য নিৰ্ধাৰণ কৰা নাই ।

■ Pixel 4A ৰ 6GB আৰু 128 GB ৰ মডেলৰ আমেৰিকাত প্ৰায় ২৫,৭০০ টকাৰ। কিন্তু ভাৰতত ইয়াৰ মূল্য সৰ্বাধিক হোৱাৰ সম্ভাৱনা আছে।

■ Pixel 4A ম’বাইলটো 3140 mAh বেটেৰীযুক্ত আৰু 18W ফাষ্ট চার্জিঙৰ ব্যৱস্থা আছে।

Exit mobile version