Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ডাইনী সন্দেহত মহিলাক হত্যা, বাধা দিবলৈ আহি প্রাণ হেৰুৱালে শিক্ষকে

publisher by publisher
October 2, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
ডাইনী সন্দেহত মহিলাক হত্যা, বাধা দিবলৈ আহি প্রাণ হেৰুৱালে শিক্ষকে
2
SHARES
17
VIEWS
ShareShareShareShare

অভি-নীল হত্যাকাণ্ডৰ বিচাৰ শেষ নৌহওঁতেই পুনৰ আন নৃশংস হত্যাকাণ্ডই কঁপাই তুলিলে কাৰ্বি আংলঙৰ ডকমকা অঞ্চলক। একাংশ অন্ধবিশ্বাসত মতলীয়া লােকৰ নৃশংসতাত প্রাণ গ’ল এগৰাকী অসহায় মহিলা আৰু এজন সচেতন শিক্ষকে । বুধবাৰে এই লােমহর্ষক হত্যাকাণ্ড সংঘটিত হয় ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত লাংহিনৰ অত্যন্ত প্রত্যন্ত অঞ্চল ৰহিমাপুৰত । অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ গাঁওখনৰ একাংশ লােক ইমানেই উন্মত্ত হৈ পৰিছিল যে দুয়ােকে মাৰধৰ কৰি হত্যা কৰাৰ পাছত শিৰচ্ছেদ কৰে আৰু পূজাত আহুতি দিয়ে। লােকসকলৰ নৃশংসতাৰ পৰা কোনােমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় দুৰ্ভগীয়া মহিলাগৰাকীৰ কিশােৰী কন্যাই ।

ADVERTISEMENT

আৰক্ষী সূত্রই জনােৱা মতে, গাঁওখনৰ এগৰাকী যুৱতীয়ে অসুস্থতাৰ বাবে বিগত কিছুদিন ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ আছিল। তিনিদিনৰ পূর্বে চিকিৎসাধীন অৱস্থাতে যুৱতীগৰাকীৰ মৃত্যু হয়। সেই অনুসৰি বুধবাৰে মৃত যুৱতীগৰাকীৰ তিনিদিনীয়া সামাজিক ক্রিয়া কর্ম সম্পন্ন হৈছিল । কিন্তু সেই সময়তে গাঁওখনৰ আন এগৰাকী যুৱতীয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে ।

RelatedPosts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

দিল্লীত মহিলাৰ বিৰুদ্ধে অপৰাধ হ্রাস, চাৰি বছৰত ১২ শতাংশ হ’ল অৱনমিত

ইয়াতে যুৱতীগৰাকীৰ গাত ‘দেউ লম্ভা’ বুলি অন্ধবিশ্বাসী গাঁওবাসীয়ে ধাৰণা কৰি তেওঁক পূজা-অর্চনা কৰে । তেতিয়াই অস্বাভাৱিক আচৰণ কৰা যুৱতীগৰাকীয়ে গাঁওখনৰে ৰমাৱতী হালােৱা নামৰ মহিলাগৰাকী ডাইনী বুলি অভিযােগ কৰাৰ লগতে মহিলাগৰাকীৰ বাবেই গাঁওখনত অপায়-অমংগল হােৱা বুলি গাঁওবাসীক অৱগত কৰে । লগে লগে গাঁওখনৰ একাংশ যুৱক উত্তেজিত হৈ পৰে আৰু অন্ধবিশ্বাসত মতলীয়া হৈ অসহায় মহিলাগৰাকীক প্ৰহাৰ কৰি নৃশংসভাৱে হত্যা কৰে ।

ইফালে, গাঁওবাসীৰ এনে অযুক্তিকৰ কাম-কাজত বাধা প্রদান কৰিবলৈ আগবাঢ়ি আহিছিল গাঁওখনৰে প্ৰাথমিক বিদ্যালয়ৰ এজন যুৱ শিক্ষক বিজয় গৌড়। কিন্তু উন্মত্ত লােকসকলে শিক্ষকজনকো লাঠিৰে কোবাই কোবাই হত্যা কৰে। পাছত জ্ঞান শূন্যহীন হৈ পৰা গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়ােটা মৃতদেহৰ শিৰচ্ছেদ কৰি মূৰ দুটা পূজাত আহুতি দিয়াৰ পাছত মূণ্ডহীন মৃতদেহ দুটা এখন নদী পাৰ কৰাই চোঁচৰাই নি এটা পাহাৰত দাহ কৰে ।

উল্লেখ্য যে উন্মাদ লােকসকলে দুৰ্ভগীয়া মহিলাগৰাকীৰ কিশােৰী কন্যাকো হত্যাৰ অপচেষ্টা চলাইছিল । অৱশ্যে কিশােৰীগৰাকীয়ে কথমপি উন্মাদ লােকসকলৰ হাত সাৰি পথাৰৰ ধাননিৰ মাজত নিশাটো আত্মগােপন কৰি থাকি বৃহস্পতিবাৰে পুৱা কোনােমতে প্রাণ ৰক্ষা কৰি ডকমকা আৰক্ষী থানাত উপস্থিত হয় ।  ইপিনে, উক্ত হত্যাকাণ্ডত লিপ্ত থকা এজন দুষ্কৃতিকাৰীয়ে বৃহস্পতিবাৰে পুৱাই ডকমকা আৰক্ষী থানাত আত্মসমর্পণ কৰে। ঘটনাৰ বিষয়ে অৱগত হােৱাৰ লগে লগে আৰক্ষীৰ বৃহৎ দল এটাই ঘটনাস্থলীত উপস্থিত হয় ।

আনহাতে, জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাকে ধৰি আৰক্ষীৰ উচ্চ পর্যায়ৰ বিষয়ায়াে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট, হত্যাকাণ্ডত ব্যৱহৃত অস্ত্র আদি জব্দ কৰি সম্প্রতি তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এই পর্যন্ত নজন লােকক আটক কৰি ডকমকা আৰক্ষী থানাত জেৰা কৰি আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CrimeKARBI ANGLONG
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d