মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আক্ৰান্ত কৰ’নাত

WhatsApp Image 2020 10 02 at 12.09.48 PM

■ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দেহত ধৰা পৰিল কৰ’না পজিটিভ ।
■ শুক্ৰবাৰে পুৱা ড’নাল্ড ট্ৰাম্পৰ লগতে তেখেতৰ পত্নী মেলানিয়াৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ বিষয়ে টুইটাৰ যোগে জনায় ড’নাল্ড ট্ৰাম্পে ।

■ বৰ্তমান কোৱাৰেন্টাইনত আছে ৰাষ্ট্ৰপতিগৰাকী ।
■ ইয়াৰ পূৰ্বে ট্ৰাম্পৰ ব্যক্তিগত সহায়ক হোপ হিক্সৰ দেহত ধৰা পৰিছিল কৰ’না পজিটিভ ।

■ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড’নাল্ড ট্ৰাম্প আৰু তেখেতৰ পত্নী মেলানিয়াই সোনকালে সুস্থ হৈ উঠাৰ কামনাৰে এক টুইট কৰে ।

 

Exit mobile version