পিতৃৰ গৌৰৱ : ডেৰ শতাধিক সন্তানৰে বাস্তৱৰ ভিকি ড’নাৰ

doner

ডেৰ শতাধিক সন্তানৰ পিতৃ হ’বলৈ সক্ষম হৈছে এগৰাকী মাৰ্কিন নাগৰিক ।’জো’ নামৰ এই লোকজনে এই কৃত্বিত্ব ভবিষ্যতেও আৰ্জন কৰি যাব ।বয়সৰ ক্ষেত্ৰত পঞ্চাছৰ সীমা অতিক্ৰম কৰা জোই এতিয়াই বিশ্বত বহু মহিলাৰ হাতত সন্তান তুলি দিয়া কাৰ্য বন্ধ কৰিব বিচৰা নাই ।বিশ্বজুৰি চলি থকা তলাবন্ধৰ সময়তো জোই পাঁচটাকৈ সন্তানৰ পিতৃ হৈছে।

ADVERTISEMENT

চলিত বর্ষতে জোৰ আৰু পাঁচ সন্তানে পৃথিৱীৰ পোহৰ দেখিবলৈ পাব ।অৱশ্যে এই সন্তানবিলাকৰ পোনপটীয়া পিতৃ নহয় জো ।মাৰ্কিন নাগৰিকজন প্ৰকৃততে এজন ‘স্পাৰ্ম ড’নাৰ ‘।সমগ্ৰ বিশ্বত জো ৰ ১৫০ টাৰো অধিক সন্তান আছে ।আন পাঁচ গৰাকী মহিলা বৰ্তমান গৰ্ভৱতী হৈছে ।কেইদিনমান পূৰ্বে এটি সন্তানৰ জন্ম হৈছে।সন্তান বিলাক অধিক ক্ষেত্ৰত জো ৰ অবয়বৰ স’তে মিল আছে ।

Exit mobile version