Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

    কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

    এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

NASA’s Special Satellite Discovered ‘Super Earth:নাছাৰ বিশেষ উপগ্রহই আৱিষ্কাৰ কৰিলে ‘ছুপাৰ আৰ্থ’

মহাকাশত পৃথিৱী সদৃশ নতুন গ্ৰহৰ সন্ধান, মানুহৰ বসবাসৰ উপযুক্ত !

publisher by publisher
February 5, 2024
in International, News, world
Reading Time: 2 mins read
0
NASA’s Special Satellite Discovered ‘Super Earth:নাছাৰ বিশেষ উপগ্রহই আৱিষ্কাৰ কৰিলে ‘ছুপাৰ আৰ্থ’
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

NASA’s Special Satellite Discovered ‘Super Earth:

ব্রহ্মাণ্ডত সেউজ গ্ৰহটোৰ সমকক্ষ বা মানুহে বসবাসৰ উপযুক্ত আন কোনো দ্বিতীয়টো গ্ৰহৰ সন্ধানত বিশ্বৰ মহাকাশ বিজ্ঞানী মহলে দীর্ঘদিনে অব্যাহত ৰখা গৱেষণাৰ মাজতে বিশ্ববাসীক নাছাই দিলে আশাৰ খবৰ।

ADVERTISEMENT

পৃথিৱীৰ পৰা ১৩৭ আলোেক বর্ষ নিলগত সন্ধান পোৱা গৈছে হুবহু পৃথিবী সদৃশ এটা গ্ৰহৰ। মার্কিন মহাকাশ গবেষণা সংস্থা নাছাৰ বিজ্ঞানীসকলে এক প্রেছ বিবৃতিযোগে এই সুখবৰ দি কৈছে যে মহাকাশত নাছাই আৱিষ্কাৰ কৰিছে এখন ‘ছুপাৰ আৰ্থ’।

বিজ্ঞানীসকলৰ মতে, ব্রহ্মাণ্ডত হুবহু সেউজ গ্ৰহটোৰ দৰে মিল থকা এই গ্রহটো সম্ভৱতঃ জীয়াই থকাৰ বাবে উপযুক্ত। পৃথিৱীৰ পৰা ১৩৭ আলোক বর্ষ নিলগত অৱস্থিত এই পৃথিৱীসদৃশ গ্ৰহটোৱে এটা ৰঙা বৰণৰ নক্ষত্ৰক প্ৰদক্ষিণ কৰে। পৃথিৱীৰ দৰে প্রায় একেই নিয়ম।

‘টিঅ’আই-৭১৫ বি’ নামেৰে নামাংকিত কৰা এই গ্ৰহটো পৃথিৱীতকৈ প্ৰায় ডেৰগুণ বহল বুলি নাছাই ঠাৱৰ কৰিছে। লক্ষ্যণীয় যে গ্রহটোৱে অভিভাৱক নক্ষত্ৰটোৰ চৌদিশে প্রদক্ষিণৰ ধাৰাবাহিকতাৰ ফলত। মহাকাশ বিজ্ঞানীসকলে উদ্‌ঘাটন কৰা এই গ্ৰহটোৰ পৃষ্ঠভূমিত তৰল পানী থকাৰ সম্ভাৱনাও ব্যক্ত কৰিছে।

বিজ্ঞানীসকলে এই কথাও কৈছে যে এই গ্রহটোৱে মাথোঁ ১৯ দিনতে (এবছৰ) সম্পূর্ণ কক্ষপথ প্রদক্ষিণ কৰে। নাছাৰ বিজ্ঞানীসকলে বিবৃতিটোত কয় যে পৃষ্ঠভূমিত পানীৰ উপস্থিতি পাবলৈ হ’লে নিশ্চিতভাৱে আন কে’বাটাও কাৰকৰ উপস্থিতি নিশ্চিত হ’ব লাগিব।

বিশেষকৈ গ্রহটোত বায়ুমণ্ডল থাকিলেহে পানীৰ উপস্থিতিও নিশ্চিত হ’ব। অৱশ্যে দূৰৈৰ পৰা গ্ৰহটো পর্যবেক্ষণ কৰি বিজ্ঞানীসকলে অনুমান কৰিছে যে এই গ্ৰহটো বসবাসৰ বাবে উপযোগী হ’ব।

উল্লেখ্য যে নাছাৰ ‘ট্রেনজিটিং এক্স’প্লেনেট ছেটেলাইট’ৰ জৰিয়তে মহাকাশত এই নতুন গ্ৰহটো আৱিষ্কাৰ কৰিছে। নাছাই সদৰী কৰা মতে, গ্ৰহটোৱে কক্ষপথ প্রদক্ষিণ সম্পূৰ্ণ কৰাৰ সময় কম হোৱা বাবে বিজ্ঞানীসকলে এই গ্ৰহটোৰ বিষয়ে সঠিক অধ্যয়ন কৰাটো সহায়ক হৈছে। নাছাই জেমছ ৱেব টেলিস্ক’পৰ জৰিয়তে গ্ৰহটো ভালদৰে পৰীক্ষা কৰাৰ পৰিকল্পনা সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Discovered 'Super EarthNASASpecial Satellite
publisher

publisher

Related Posts

চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী
Assam

চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

September 28, 2026
বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী
Assam

বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

September 28, 2026
কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ
Assam

কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d