পি কে দত্তক উৎকোচ আদায় দিয়া দুই অভিযুক্তক গ্ৰেপ্তাৰ

d0b9a25faac4251aee5091b5a5eab8694e6784057b02635a604e2cd9fa45018c

# আৰক্ষী উপ-পৰিদৰ্শক পদত চাকৰিৰ নামত উৎকোচ আদায় দি গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড়ৰ দুই যুৱক ।

# দালাল চক্ৰৰ জৰিয়তে পি কে দত্তক উৎকোচ আদায় দি গ্ৰেপ্তাৰ হোৱা যুৱকদ্বয় হৈছে দিলীপ গগৈ আৰু প্ৰিয়নাথ গগৈ।

# ধৃত অভিযুক্তদ্বয়ক বৰ্তমানে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আনি আছে চি আই ডিয়ে।

# চাকৰি প্ৰত্যাশীৰ সন্ধানত মহানগৰীৰ নটবমাৰ ছাবিৰ আহমেদৰ বাসগৃহতো চি আই ডিৰ অভিযান।

# অভিযানৰ সসময়ত বাসগৃহত নাছিল ছাবিৰ ।

Exit mobile version