India wants Tesla’ :এল’ন মস্ক

800

 

ভাৰতবাসীৰ অধীৰ অপেক্ষাৰ অন্ত পেলাই শীৰ্ঘ্ৰেই ভাৰতত মুকলি হ’ব ইলেকট্ৰনিক কাৰ ‘Tesla’ ।এই খবৰ টুইটযোগে অবগত কৰে আমেৰিকান গাড়ী কোম্পানী ‘Tesla inc ‘ ৰ অধ্যক্ষ এল’ন মস্কয়ে ।এল;ন মস্কে টুইটাৰত এটা চাৰ্টৰ ফটো প’ষ্ট কৰে ।চাৰ্টটোত লিখা আছে ‘ India Wants Tesla ‘ মস্কৰ এই টুইটটোত বিভিন্ন জনে মন্তব্যও কৰে । শেষত সকলোৰে উত্তৰত মস্কে লিখে ,’ Next year for sure ‘ ‘Thanks for watching ‘

২০২১ বর্ষত ভাৰতলৈ আহিব ‘Tesla’ কোম্পানীৰ এই ইলেক্ট্ৰনিক কাৰ ।উল্লেখ্য যে যি সময়ত দেশত ইলেক্ট্ৰনিক বাহনৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধিক গুৰুত্ব দিছে সেই সময়ত ‘Tesla’ই ভাৰতীয় বজাৰত ব্যৱসায় ক্ষেত্ৰত যথেষ্ট লাভদায়ক হ’ব বুলি আশাবাদী এল’ন মস্ক ।

Exit mobile version