চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে Tata Harriersৰ SUV বিক্ৰী বৃদ্ধি হৈছে ৮৬.৫% লৈ

harrier XT plus

■ টাটা মটৰ্চে ভাৰতত এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । বিগত কিছু মাহত হোমগ্ৰাউন ব্ৰেণ্ডটিয়ে ক্ৰমাগতভাৱে বিক্ৰীৰ ক্ষেত্ৰত চাহিদা বৃদ্ধি লাভ কৰিছে।

■ কোম্পানীৰ বৰ্তমানৰ ফ্লেগশ্বিপ গাড়ী Tata Harrier এ গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰিছে । ২০২০ৰ ছেপ্টেম্বৰ পর্যন্ত ১৭৫৫ ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হৈছে ।

■ বিগত বৰ্ষত Tata harrier এ কেৱল ৬ স্পীড মেনুৱেল গিয়েৰবক্সৰ স’তে উপলব্ধ আছিল । যিটো গাড়ীখনৰ বাবে এক প্ৰতিবন্ধকতাৰূপে থিয় দিছিল ।

■ এই বছৰৰ আৰম্ভণিতে BS6 আপগ্ৰেডৰ স’তে ৬ স্পীডৰ Autometic Transmissionৰ ব্যৱস্থা কৰিছে ।

■ কোম্পানীয়ে অতি সোনকালে মুকলি কৰিব Gravitas। যিখন ৭টা চিটযুক্ত Harrier ৰ সংস্কৰণ ।

■ ২.০ লিটাৰ টাৰ্বোচার্জড ডিজেল ইঞ্জিনৰ দ্বাৰা চালিত হ’ব ।

Exit mobile version