কৰ’না মহামাৰীৰ কাৰণে সুদীৰ্ঘ সাত মাহৰ পাছত ভেটিকানলৈ পোপ ফান্সিছ

pope

কৰ’না মহামাৰীৰ মাজতে শনিবাৰে প্ৰায় সাত মাহৰ পাছত পোপ ফান্সিছ ভেটিকানলৈ প্ৰথমটো যাত্ৰা আৰম্ভ কৰিছে।

সহযোগী এজন সন্তৰ জন্মস্থান ইটালীৰ এখন চহৰ এছেছিলৈ যাত্ৰা কৰিছে পোপ ফান্সিছ ৷ইয়াত তেওঁৰ এখন বিশ্বকোষ Fratelli tutti ত হস্তাক্ষৰ কৰিব ৷

ইফালে এই বিশ্বকোষখনৰ প্ৰকাশ পাইছে দেওবাৰে ৷

পোপ ফান্সিছ বিগত সময়ত দৰিদ্ৰ লোকৰ এখন সন্মিলনত অংশ লৈ সকলোকে সচকিত কৰিছিল।

বিগত সময়ত ৮৩ বছৰীয়া পোপ ফান্সিছে কৰ’নাৰ কাৰণে আতংকিত হৈ পৰিছিল। কাৰণ ফ্ৰেব্ৰুৱাৰীৰ শেষত ইটালীত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷

ইয়াৰ মাজতে পৰিস্থিতি কিছু সুস্থিৰ হোৱাৰ পাছত ভেটিকানলৈ গমন কৰিছে পোপ ফান্সিছ ।

Exit mobile version