নতুনকৈ মুকলি কৰা আকৰ্ষণীয় গাড়ী Mahindra Tharৰ টেষ্ট ড্ৰাইভ কৰিলে জম্মু কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই

WhatsApp Image 2020 10 05 at 8.13.11 PM

■ ২ অক্টোবৰত ভাৰতত মুকলি কৰা হৈছিল নতুন মডেলৰ গাড়ী Mahindra Thar । এই গাড়ী খনৰ মূল্য ৯.৮০ লাখৰ পৰা ১৩.৭৫ লাখৰ ভিতৰত।
■ এই মডেলটো বিশেষকৈ দুটা বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰা হৈছে – এটা Adventure spec EX series আৰু আনটো Lifestyle Oriented LX series.
■ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহে নতুনকৈ মুকলি কৰা নতুন মডেলৰ গাড়ী Mahindra Tharৰ টেষ্ট ড্ৰাইভ কৰে। ড্ৰাইভৰ পিছত তেওঁ আকৰ্ষণীয় গাড়ী হিচাপে মন্তব্য কৰে।

■ টেষ্ট ড্ৰাইভত লগত আছিল তেখেতৰ পিতৃ ফাৰুক আব্দুল্লা ।
■ Touchscreen Infotainment system, multi-functional steering wheel, power windows, premium আৰু well-bolstered seatৰ স’তে নতুন বৈশিষ্ট্যৰে এই নতুন মডেলৰ গাড়ীখন মুকলি কৰা হৈছে ।

Exit mobile version