বিভিন্ন সময়ত প্ৰকৃতিৰ বিভিন্ন ধৰণৰ চৰাই চিৰিকতি তথা জীৱ জন্তুবোৰে আমাক আচৰিত কৰি তোলে ৷ কাৰণ সৰ্বসাধাৰণতে আমি দেখা সৰ্বসাধাৰণৰ জীৱ- জন্তু বা চৰাই চিৰিকতিসমূহৰ উপৰিও বিভিন্ন প্ৰজাতিৰ কিছুমান চৰাই আছে ৷ যিসমূহ সম্পূৰ্ণ পৃথক ৷ তাৰ মাজতে আজি চাও আহক এটি বিশেষ চৰাইৰ ভিডিঅ’ ৷ চৰাইটোৰ নাম Surakav ৷ কণমানি চৰাইটোক দেখিলে আচৰিত হ’ব আপুনি ৷ কাৰণ চৰাইটোৱে প্ৰতিটো ছেকেণ্ডত এবাৰকৈ ৰঙ সলনি কৰে । আনহাতে এই চৰাইটোৰ ফ’টো ৬২ দিনত ১৯ দিনত ফ’টোগ্ৰাফাৰে সংগ্ৰহ কৰিছিল ।
ADVERTISEMENT
Source-Youtube