আকর্ষণীয় অফাৰৰ স’তে ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব Amazon ৰ Great Indian Festival Sale 2020

amazon great indian festival sale

◆ ১৭ অক্টোবৰত আৰম্ভ হ’ব Amazon ৰ Great Indian Festival Sale ।
◆ ৫% কেছবেকৰ অফাৰ প্ৰথম অৰ্ডাৰত ।
◆ Amazon ত উপলব্ধ হ’ব ৬ হেজাৰতকৈ অধিক ইলেকট্ৰনিক ডিল ।
◆ Amazonৰ প্ৰাইম মেম্বাৰ সকলৰ বাবে ২৪ ঘন্টাৰ আগেয়ে এই অফাৰ সমূহ উপলব্ধ হ’ব ।
◆ আকর্ষণীয় অফাৰত উপলব্ধ হ’ব ম’বাইল আৰু বৈদ্যুতিক সামগ্ৰীসমূহ ।
◆ নতুন গ্ৰাহকসকলে HDFC বেংক আৰু EMI লেনদেনৰ ব্যৱহাৰ কৰি ১০% ৰেহাই লাভ কৰিব ।
◆ এক হেজাৰ টকাৰ বস্তু ক্ৰয় কৰিলে পাঁচ শতাংশ কেচবেক লাভ কৰিব ।
◆ OnePlus8T আৰু Samsung S20 FE নতুনকৈ মুকলি কৰাৰ পাছতে Festive Saleত বিক্ৰীৰ বাবে উপলব্ধ হ’ব ।
◆ Amazon Saleত গেমিং ডিভাইছ সমূহত ৫৫ শতাংশ ৰেহাই দিয়া হ’ব ।
◆ ৭০ শতাংশ ৰেহাই দিয়া হ’ব বিভিন্ন ছফ্টৱেৰ সামগ্রীত ।
◆ ৫০ শতাংশ ৰেহাই দিয়া হ’ব Echo, Fire TVত।
◆ টিভি আৰু হোম এপ্লায়েন্সত ৬৫ শতাংশ ৰেহাই দিয়া হ’ব ।

Exit mobile version