চিকিৎসালয়ত অখিলৰ স্বাস্থ্য বুজ ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তনয়ে

WhatsApp Image 2020 10 06 at 5.40.39 PM

#জি এম চি এইছত কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ ললে সংসদ গৌৰৱ গগৈয়ে ৷

# ৰাজনৈতিক স্বাৰ্থত নহয়, মানৱতা খাতিৰত খবৰ ল’লো ৷

#অখিল গগৈৰ স্বাস্থ্য পূৰ্বতকৈ উন্নীত হৈছে ৷

# পিতৃৰ আহ্বান মতে মই অখিল গগৈৰ ওচৰলৈ আহিছো |

#কোনো যুক্তি আৰু কাৰণ নথকাকৈ ইমান দিনে কাৰাগাৰত ৰাখিছে অখিলক |

#কেৱল নিৰ্বাচনৰ স্বাৰ্থত অখিল গগৈক জেলত ৰাখিছে |

#জন্ম হোৱা ৰাজনৈতিক দল সমূহ ক্ষোভত জন্ম হৈছে |

#নতুন দলক আমি স্বাগতম জনাইছো |

# কংগ্ৰেছৰ দিনত কোনো ৰাজনৈতিক দল জন্ম হোৱা নাছিল |

# কংগ্ৰেছ দল ক্ষমতা লোভী নহয় |

Exit mobile version