বৃদ্ধি নহয় বাছৰ ভাড়া

135926 chandra mohan patowary

অসম ৰাজ্যিক মটৰ পৰিবহন সন্থাই বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত আজি আলোচনাত মিলিত হয় যদিও কোনো সমস্যাৰ সমাধান নোলাল ৷

এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীৰ ঘোষণা, কোনো কাৰণতে পৰিবহনৰ ভাড়া বৃদ্ধি নহয় ৷ইয়াৰ বিপৰীতে বাহনত ১০০ শতাংশ যাত্ৰী কঢ়িওৱাৰ পদক্ষেপ ল’ব চৰকাৰে৷

ইয়াৰ বাবে সন্থাৰ পৰা ৭ দিনৰ সময়সীমা বিচাৰিলে বিভাগীয় মন্ত্ৰীয়ে৷৭ দিনৰ ভিতৰত স্বাস্থ্য বিভাগৰ পৰা অনুমতি লোৱাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ৷

ইপিনে, কৰ ৰেহাই সন্দৰ্ভত কৰা দাবীৰ ক্ষেত্ৰত বিত্ত বিভাগৰ অনুমতি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলি স্পষ্ট কৰে পাটোৱাৰীয়ে৷

Exit mobile version