◆ ছফুট দূৰত্বত থাকিলেও কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে।
◆ এই ভাইৰাছ এঘণ্টাতকৈ অধিক সময় বতাহত থাকি যায় বুলি কয় মাৰ্কিন চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভ্যেনশ্বন(CDC) য়ে।
◆ ইয়াৰ আগেও এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰিছিল চিডিচিয়ে ।
◆ লগতে কয় যে, বতাহত সংক্ৰমণ হোৱা আৰু আক্ৰান্ত লোকৰ ঘনিষ্ঠ সম্পৰ্কত থকা একেই কথা ।
◆ আনহাতে, এক বন্ধ ঠাইত দুই মিটাৰতকৈ অধিক ঠাইলৈ সংক্ৰমণ ঘটিব পাৰে এই ভাইৰাছৰ ।
ছফুট দূৰত্বত থাকিলেও কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে : মাৰ্কিন সংস্থা
