◆ ছফুট দূৰত্বত থাকিলেও কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে।
◆ এই ভাইৰাছ এঘণ্টাতকৈ অধিক সময় বতাহত থাকি যায় বুলি কয় মাৰ্কিন চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভ্যেনশ্বন(CDC) য়ে।
◆ ইয়াৰ আগেও এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰিছিল চিডিচিয়ে ।
◆ লগতে কয় যে, বতাহত সংক্ৰমণ হোৱা আৰু আক্ৰান্ত লোকৰ ঘনিষ্ঠ সম্পৰ্কত থকা একেই কথা ।
◆ আনহাতে, এক বন্ধ ঠাইত দুই মিটাৰতকৈ অধিক ঠাইলৈ সংক্ৰমণ ঘটিব পাৰে এই ভাইৰাছৰ ।
ছফুট দূৰত্বত থাকিলেও কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে : মাৰ্কিন সংস্থা
-
By publisher
- Categories: COVID-19, News
- Tags: CDCCORONAVIRUSCovid-19
Related Content
Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন
By
publisher
January 22, 2025
Tripura Indo- Bangla Border:পশ্চিম বংগৰ ইণ্ডো- বাংলা সীমান্তত ভাৰতে কাটা তাঁৰ বেৰা দিয়াক লৈ আপত্তি বাংলাদেশেৰ
By
publisher
January 22, 2025
Six Mile flyover in dangerous condition: বিপজ্জনক অৱস্থাত ছয়মাইলৰ উৰণ সেতু
By
publisher
January 22, 2025
PM Modi will take bath in Mahakumbha:দিল্লী নিৰ্বাচনৰ দিনাই মহাকুম্ভত স্নান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
By
publisher
January 22, 2025
Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল
By
publisher
January 22, 2025
Puppet dance performance at the Mahakumbh Mela: প্ৰয়াগৰাজত অসমৰ লোক সম্পদ পুতলা নাচ মহাকুম্ভ মেলাত
By
publisher
January 22, 2025