মাজুলীৰ পৰা উমানন্দলৈ bamboo raftingৰ যাত্ৰা মহানগৰীৰ দুজন যুৱকৰ

WhatsApp Image 2020 10 07 at 7.21.22 PM

গুৱাহাটী মহানগৰীৰ শেখৰ আৰু ৰিচানে ৩০ চেপ্তেম্বৰত মাজুলীৰ পৰা উমানন্দলৈ আৰম্ভ কৰিছিল bamboo rafting । আজি উমানন্দ পোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে আজি উপস্থিত হ’ব নোৱাৰিলে ।

যোৱা নিশা ধিঙৰ ওচৰৰ চাপৰিত আৰু সোমবাৰে নিশা শিলঘাটৰ ওচৰত নিশা কটায় পুনৰ যাত্ৰা আৰম্ভ কৰে দুয়োজনে । তেওঁলোক বৃহস্পতিবাৰে ১২ বজাত উমানন্দ পোৱাৰ কথা আছে বুলি জনায় পিতৃ লাচিত বৰদলৈয়ে । লগতে তেখেতে সকলোকে দুয়োজনকে আশীৰ্বাদ কৰিবলৈ আহ্বান জনায়।

Exit mobile version