মধুমেহ ৰোগীয়ে গ্ৰহণ কৰিব পৰা কেইবিধমান খাদ্যৰ তালিকা

WhatsApp Image 2020 10 08 at 12.35.07 PM

দেশ বিদেশত লাখৰো অধিক লোকক প্ৰভাৱিত কৰা মধুমেহ ৰোগ আপোনাৰ স্বাস্থ্যৰ উদ্বেগৰ এটা ডাঙৰ কাৰণ। মধুমেহ এনে এটা অৱস্থা, য’ত আপোনাৰ শৰীৰত পৰ্যাপ্ত ইনচুলিন উৎপাদন কৰিব নোৱাৰে অথবা উৎপাদিত ইনচুলিনে প্ৰতিক্ৰিয়া প্ৰদৰ্শন নকৰে । পুষ্টিবিদৰ মতে, মধুমেহ ৰোগীৰ ফাইবাৰ আৰু এন্টি অক্সিডেন্ট যুক্ত খাদ্য গ্ৰহণ কৰা উচিত ।


◆ বাদামৰ মিশ্ৰণ : বাদাম, কাজু, তিলৰ বীজ, আখৰুট, ফ্লেক্সচিডেৰে তৈয়াৰী এটি ঘৰুৱা বাদামৰ মিশ্ৰণত প্ৰয়োজনীয় ফাইবাৰ, প্ৰ’টিন আৰু এন্টিঅক্সিডেণ্ট লাভ কৰিব পাৰি । অতিৰিক্ত বাদাম খালেও হজমশক্তিৰ সমস্যাৰ সৃষ্টি হয়।
◆ বিলাহী আৰু ধনিয়াৰ চালাড


◆ চাট মচলাৰ স’তে মৌচুমী ফল- ফাইবাৰ যুক্ত আৰু কম গ্লাইচেমিক সূচক কোনো স্থানীয় মৌচুমী ফলে ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰাখে। ইয়াৰ লগতে আপুনি কম পৰিমাণৰ চাট মছলা মিহলাই খাব পাৰে।
◆ পালেংশাক আৰু বন্ধাকবিৰ ৰস

Exit mobile version