- অসম গণ পৰিষদ দলত শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগ দিব কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে ।
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে এক কাৰ্যসূচী ।
- ঐক্য, শান্তি, প্ৰগতিৰ মূলমন্ত্ৰৰে ন-সাজেৰে প্ৰগতিশীল জাতীয়তাবাদ শক্তিশালী কৰাৰ চেষ্টাৰে অগপত যোগ দিব কন্ঠশিল্পী গৰাকীয়ে ।
- ইতিমধ্যে অগপৰ কাৰ্যালয়ত উপস্থিত পাটোৱাৰী ।
- সভাপতি অতুল বৰাৰ উপস্থিতিত অগপত যোগদান কৰিব কন্ঠশিল্পীগৰাকীয়ে ।
আজি অগপত যোগ দিব কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে
-
By publisher
Related Content
Aap Assam Pressmeet:ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে
By
publisher
May 2, 2024
GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ !
By
publisher
May 2, 2024
Bank Robbery in Nagaon:নগাঁৱত দিন- দুপৰতে চাঞ্চল্যকৰ বেংক ডকাইতি !
By
publisher
May 2, 2024