- দুই কনিষ্টবলসহ বঙাইগাঁওৰ গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক সোধ-পোছৰ বাবে আটক ।
- আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশৰ ভিত্তিত আটক দুই কনিষ্টবলসহ গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসক।
- বঙাইগাঁও সদৰ থানাত ৰখা হৈছে অভিযুক্ত তিনি আৰক্ষীক।
- কি কাৰণত তিনি অভিযুক্তক আটক কৰা হৈছে সেয়া স্পষ্ট কৰা নাই আৰক্ষীয়ে।
- প্ৰশ্ন কাকত ফাদিলৰ গোচৰত জড়িত থকাৰ অভিযোগত আটক কৰাৰ সন্দেহ ৰাইজৰ।
- ধন দাবীৰ অভিযোগতো আটক হ’ব পাৰে বুলিও আন একাংশ লোকৰ সন্দেহ ।
খাকী পোছাকত পুনৰ দাগ
