প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত জড়িতৰ অভিযোগত পুনৰ এজনক আটক

5ef5487182fc2 2574725 102717 kfsn dig threat visalia arrest img
  •  প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অভিযোগত পুনৰ এজন অভিযুক্তক আটক।
  •  ধৃত পি কেৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই যোৱা নিশা চিআইডিয়ে মহানগৰীৰ গীতানগৰৰ পৰা আটক কৰে অভিযুক্তজনক।
  •  আটকাধীন অভিযুক্তজন হৈছে গীতানগৰৰ হীৰুমনি নাথ ।
  •  ধৃত অভিযুক্তজনক বৰ্তমানে জেৰা অব্যাহত ৰাখিছে চি আই ডিয়ে।
Exit mobile version