◆ মুম্বাইস্থিত odysee Electric Vehicles এ বজাৰত মুকলি কৰিলে ইলেকক্ট্ৰিক বাহন ।
◆ চলিত বৰ্ষৰ ১৫ মাৰ্চত মুকলি কৰাৰ কথা আছিল যদিও বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীৰ বাবে সম্ভৱ নহ’ল।
◆ বৰ্তমান odyseeয়ে তিনিটা অফাৰত বিক্ৰী কৰিছে – Racer series, Evoqis আৰু Hawk Range.
◆ ই স্কুটাৰসমূহ আৰম্ভ হয় ৫৯,৫০০ ৰ পৰা ৯৮,৫০০ মূল্যৰ ভিতৰত। ইয়াৰ ভিতৰত Evoqis ইলেকট্ৰিক মটৰচাইকেলৰ দাম ১.৫ লাখ।
◆ Hawk Range ৰ মটৰচাইকেলখন Bluetooth connectivity, adjustable levers, music system আৰু cruise control বৈশিষ্ট্যযুক্ত । 1.8 kw ইলেকক্ট্রিক মটৰৰ স’তে 44nm যুক্ত এই মটৰচাইকেলখন ।
◆ Odysee য়ে সম্প্ৰতি মুম্বাইকে ধৰি পাঁচটা ডিলাৰশ্বিপ আৰম্ভ কৰিছে।
মুম্বাইস্থিত odysee Electric vehicles এ নতুন ৰূপত মুকলি কৰিলে ইলেকট্ৰিক স্কুটাৰ আৰু মটৰচাইকেল
