শান্তিৰ নবেল বঁটা বিশ্ব খাদ্য কৰ্মসূচীলৈ(World Food Programme)

WhatsApp Image 2020 10 09 at 4.56.55 PM

◆ বিশ্ব খাদ্য কৰ্মসূচী( world Food Programme)ক শান্তিৰ নবেল বঁটা প্ৰদান ।
◆ নবেল কমিটিৰ অধ্যক্ষা Berit Reiss-Andersen এ oslo ত WFP ক বিজয়ী ঘোষণা কৰি কয় যে, সংঘাতপূৰ্ণ বা ক্ষতিগ্ৰস্ত অঞ্চলত শান্তি আৰু উন্নতি ঘূৰাই আনিবলৈ আৰু ভোক নিবাৰণৰ বাবে কৰা প্ৰয়াসৰ বাবে এই বঁটাৰে সন্মানিত কৰে বিশ্ব খাদ্য কৰ্মসূচীক ।
◆ বঁটাত আছে এটা স্বর্ণ পদক, এক ডিপ্লোমা, ১০ মিলিয়ন Swedish Kronor (৯৫০,০০০ ইউৰো, ১.১ মিলিয়ন)ৰ চেক ।

Exit mobile version