ছমাহত ৩,৯৫১কিঃমিঃ পথ নিৰ্মাণ কৰিলে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে

Highway true 1

ক’ভিড-১৯ৰ জটিলতাৰ মাজতো দৈনিক ২১.৬০ কিলোমিটাৰ পথ নিৰ্মাণৰ সাফল্য অৰ্জন কৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে |

উল্লেখ্য যে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ৩,৯৫১কিলোমিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ নিৰ্মাণ কৰিছে মন্ত্ৰণালয়ে ৷ মন্ত্ৰণালয়ে চলিত বিত্তীয় বৰ্ষত ১১,০০০ কিলোমিটাৰ পথ নিৰ্মাণৰ উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিছে৷

Exit mobile version