অতি সোনকালেই বজাৰত মুকলি কৰা হ’ব নতুন মডেলৰ Hyundai i20

WhatsApp Image 2020 10 11 at 6.09.45 PM

◆ LED tail Lightযুক্ত Hyundai i20ৰ নতুন ফটো প্ৰকাশ পাইছে অনলাইনত ।
◆ ব্লুলিংক টেকন’লজিৰ স’তে নতুন প্ৰজন্মৰ Hyundai i20 বজাৰত মুকলি হ’ব ।
◆ অহা মাহত বজাৰত মুকলি কৰা হ’ব গাড়ীখন ।
◆ গাড়ীখন পেট্ৰ’ল আৰু ডিজেল পাৱাৰট্ৰেইনৰ স’তে বজাৰত মুকলি হোৱাৰ সম্ভাৱনা আছে ।
◆ ইয়াত ১.২ লিটাৰ পেট্ৰ’ল, ১.০ লিটাৰ টাৰ্ব’চার্জ পেট্ৰ’ল আৰু ১.৫ লিটাৰ ডিজেল ইঞ্জিনৰ ব্যৱস্থা আছে ।
◆ বজাৰত গাড়ীখন মুকলি কৰাৰ লগে লগেই Hyundai i20 য়ে Tata Altroz, Toyota Glanza, Honda Jazz আৰু Maruti Suzuki Baleno ক প্ৰতিদ্বন্দীতা আগবঢ়াব ।

Exit mobile version