বিতৰ্কৰ পৰা আঁতৰি সম্প্ৰতি মালদ্বীপত বলিউদৰ অভিনেত্ৰী তাপসীৰ বন্ধৰ দিন উদযাপন

WhatsApp Image 2020 10 11 at 4.52.27 PM

সম্প্ৰতি বলিউদৰ মোহময়ী অভিনেত্ৰী তাপসী পন্নুৱে বিতৰ্কিত মালদ্বীপত । লগত আছে ভগ্নী শগুন পন্নু । তাপসীয়ে বন্ধ উদযাপনৰ কিছু ফটো শ্বেয়াৰ কৰাৰ মাজতে ভগ্নীৰ স’তে থকা এখন ফটোত তাপসীয়ে পৰিধান কৰিছে বগা ৰঙৰ এটি ড্ৰেছ । যিটোত অতি সুন্দৰ ৰূপত দেখা গৈছে তাপসীক ।
মন কৰক তাপসীৰ বন্ধৰ দিন উদযাপন কেইটামান পষ্ট-

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক বহুকেইখন ছবিত দেখিবলৈ পোৱা গৈছিল। ইয়াৰ ভিতৰত – গেম অভাৰ, বদলা, চান্দ কি আঁখ, মিশ্যন মংগল। আনহাতে, অনুভৱ সিনহাৰ চিনেমা “থাপ্পড়” আছিল অভিনেত্ৰী গৰাকীয়ে অভিনয় কৰা শেহতীয়া চিনেমা, যিখন ছবিয়ে দৰ্শকৰ পৰা বহু ইতিবাচক সঁহাৰি লাভ কৰিছিল।

Exit mobile version