ভক্তৰ বাবে মুকলি কৰা হ’ল কামাখ্যা মন্দিৰৰ প্ৰবেশ দুৱাৰ

Kamakhya Temple

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ । অৱশ্যে এই সময়খিনিত বন্ধ থাকিব দেৱালয়ৰ গৰ্ভগৃহ । এই সময়ত ভক্তসকলে ক’ভিড ১৯ৰ ৰেপিড এণ্টিজেন টেষ্ট কৰাব লাগিব । লগতে এই টেষ্টৰ প্ৰতিবেদন মন্দিৰৰ নিদিষ্ট স্থানত দেখুৱাব লাগিব ।

প্ৰতিজন ভক্তই মন্দিৰ দৰ্শনৰ কাৰণে সৰ্বাধিক ১৫ মিনিট সময়হে লাভ কৰিব।লগতে ভক্তসকলে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৷

Exit mobile version