ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ৰায় প্ৰদান

WhatsApp Image 2020 10 12 at 5.38.36 PM

◆ ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ সন্দৰ্ভত যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ ৰবীন ফুকনৰ ঐতিহাসিক ৰায় প্ৰদান ।
◆ টিয়ক আৰক্ষী থানাৰ কেচ নং ৪৩৪/২০১৯ৰ Assam Medicare Service Personsons & Medicare Service Institutions আইন, ২০১১ৰ ৩০২/৩৪১/৩৪২/৩৫৩/৪২৭/৫০৬/১৪৩/১৪৪/১৪৭/১৪৮ r/w ১৪৯/১৮৬/১০৯, ৪ নং ধাৰাৰ অধীনত ২৫ জন লোকক দোষী সাব্যস্ত কৰা হৈছিল ।
◆ ১৯ অক্টোবৰত অভিযুক্ত লোককেইজনৰ শাস্তি ঘোষণা কৰা হ’ব ।
◆ উল্লেখ্য যে, ২০১৯ ৰ ৩১ আগষ্টত সংঘটিত হোৱা দেবেন দত্তৰ হত্যাৰ কাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত বিক্ষোভৰ সৃষ্টি হৈছিল ।
◆ Eastern Range ৰ ডিআইজি ডাঃ শিৱ প্ৰসাদৰ নেতৃত্বত অসম আৰক্ষীৰ দলে তদন্ত কৰিছিল ।
◆ ঘটনাৰ সন্দৰ্ভত ২১ ছেপ্টেম্বৰ ২০১৯ ত ৬০২ পৃষ্ঠাৰ এক চার্জশ্বিট দাখিল কৰিছিল।

Exit mobile version