নতুন প্ৰজন্মৰ স্বপ্ন পূৰণ কৰিব পাৰিব নতুন অত্যাধুনিক প্ৰযুক্তিৰ মটৰচাইকেল Hornet 2.0য়ে

WhatsApp Image 2020 10 13 at 7.54.24 PM

◆ নতুন প্ৰজন্মৰ স্বপ্ন পূৰণ কৰিব পাৰিব নতুন অত্যাধুনিক প্ৰযুক্তিৰ মটৰচাইকেল Hornet 2.0য়ে । এই দাবী হোণ্ডা মটৰচাইকেল আৰু স্কুটাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ অগাতাৰৰ।
◆ মটৰ চাইকেল খনৰ ডিজিটেল ডিচপ্লে বোৰ্ড আন বাইকৰ তুলনাত পৃথক আৰু চালকৰ বাবেও সুবিধাজনক।
◆ মটৰচাইকেলখনৰ আগ চকা ১১০ এম এম আৰু পিছৰ চকাটো ১৪০ এম এমযুক্ত।
◆ মটৰচাইকেলখনৰ দাম প্ৰায় ১ লাখ ২৭ হেজাৰ টকাৰ মূল্যৰ।
◆ কোম্পানীয়ে মটৰচাইকেলখনৰ প্ৰথমবাৰৰ বাবে ৬ বছৰৰ ৱাৰেন্টি দিছে ।

Exit mobile version