বজাৰত মুকলি হ’ল Honda Amazeৰ বিশেষ সংস্কৰণ

WhatsApp Image 2020 10 14 at 5.50.21 PM

◆ Honda Cars Indiaই উৎসৱৰ বতৰৰ আগেয়েই বিশেষ সংস্কৰণ Amaze subcompact sedan ৰ বজাৰত মুকলি কৰে।
◆ এই গাড়ীখন বিশেষকৈ S Variant ৰ ওপৰত আধাৰিত আৰু পেট্ৰ’ল, ডিজেল উভয় ইঞ্জিনযুক্ত ।


◆ কোম্পানীয়ে manual আৰু CVT transmissionৰ ব্যৱস্থা কৰি প্ৰস্তুত কৰিছে গাড়ীখন ।
◆ পেট্ৰল ইঞ্জিনযুক্ত গাড়ীখনৰ মূল্য প্ৰায় ৭ লাখৰ পৰা ৭.৯০ লাখ আৰু ডিজেল ইঞ্জিনযুক্ত গাড়ীখনৰ মূল্য প্ৰায় ৮.৩০ লাখৰ পৰা ৯.১০ লাখ ।


◆ গাড়ীখনৰ মূল বিশেষত্বসমূহ হ’ল – ইয়াত ৭ ইঞ্চিৰ টাচস্ক্ৰীণযুক্ত ইনফ’টেইনমেণ্ট চিষ্টেমৰ ব্যৱস্থা আছে । লগতে Stylish seat Cover আৰু sliding armset ৰ সুবিধা আছে।

Exit mobile version