Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Team of Doctors is Preparing to Study the Side Effects of Covishild:ক’ভিশ্বিল্ডৰ পার্শ্বক্রিয়াক লৈ গৱেষণাৰ প্ৰস্তুতি চিকিৎসকৰ দলৰ

কৰ'না প্রতিষেধকক লৈ শংকা ,এএমচিৰ চিকিৎসকৰ দল গঠন

publisher by publisher
May 3, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Team of Doctors is Preparing to Study the Side Effects of Covishild:ক’ভিশ্বিল্ডৰ পার্শ্বক্রিয়াক লৈ গৱেষণাৰ প্ৰস্তুতি চিকিৎসকৰ দলৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

Team of Doctors is Preparing to Study the Side Effects of Covishild:

গভীৰ শংকাৰ সৃষ্টি কৰা কভিড প্রতিষেধকৰ পার্শ্বক্রিয়া সন্দৰ্ভত গৱেষণাৰ বাবে প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে অসম চিকিৎসা মহাবিদ্যালয় (এএমচি)ৰ জ্যেষ্ঠ চিকিৎসকে।

ADVERTISEMENT

ক’ভিড মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক ক’ভিশ্বিল্ড বা ক’ভাক্সিন প্রতিষেধক প্ৰদানৰ পাছত মানৱ শৰীৰত কি পার্শ্বক্রিয়া হ’ব পাৰে নেকি? বা হৈছে নেকি তাৰ ওপৰত গৱেষণা কৰিবলৈ প্রস্তুতি চলাইছে অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ এটি চিকিৎসকৰ দলে।

ক’ভিড প্রতিষেধকৰ পার্শ্বক্ৰিয়াৰ সম্পৰ্কত দলটোরে গৱেষণাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। উল্লেখ্য যে ক’ভিশ্বিল্ড প্রতিষেধকৰ নির্মাণকাৰী প্রতিষ্ঠান এস্ট্রাজেনেকাই লণ্ডনৰ আদালতত ইয়াব পার্শ্বক্রিয়াৰ সন্দৰ্ভত স্বীকাৰ কৰাৰ লগে লগে সমগ্র বিশ্বৰ লগতে ভাৰততো ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

সেয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ দুজন গৱেষক ছাত্ৰৰ লগতে চিকিৎসকৰ দলটোৰ নেতৃত্বত আছে ডাঃ শ্রীমন্ত মাধৱ বৰুৱা, ডাঃ মৃগাংক শেখৰ চলিহা, ডাঃ প্রণামী বৰা আদি। ক’ভিড প্রতিষেধক লোৱাৰ পাছৰে পৰা স্বাভাৱিকতে বহু লোকৰ অকাল মৃত্যুৰ বিষয়টোৱে যথেষ্ট উদ্বেগজনক তথা জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমতো চর্চা চলিছে। ক’ভিড প্রতিষেধকৰ পার্শ্বক্ৰিয়াৰ বাবেই হঠাৎ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে নেকি? এনে এক ধাৰণাই ইতিমধ্যে জনসাধাৰণৰ মাজত থিতাপি লৈছে।

যি সময়ত জনসাধাৰণৰ মাজত এনে ধাৰণা প্রচলিত হৈ আছে, সেই সময়তে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসকৰ এটা দলে ইতিমধ্যে এই ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিছে। ক’ভিড প্রতিষেধকৰ বাবে কাৰোবাৰ মৃত্যু হৈছে নেকি? প্রতিষেধক গ্ৰহণৰ পাছত বর্তমানে বৃদ্ধি পোৱা অস্বাভাৱিক মৃত্যুৰ কাৰণ ক’ভিড ৰোগৰ পার্শ্বক্রিয়া নেকি? সেই সন্দর্ভত দলটোরে এক সম্যক বৈজ্ঞানিক অধ্যয়ন চলাব।

বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ দলটোৱে এক বিস্তৃত গৱেষণামূলক কাম হাতত লৈছে। গৱেষক দলটোরে কয় যে ক’ভিড আক্রান্ত সকলো ৰোগী আৰু যিসকলে ক’ভিড প্রতিষেধক সম্পূর্ণরূপে প্রদান কৰিছে, তেওঁলোকে এই গবেষণাত অংশগ্রহণ কৰি ভয়ৰ পৰা মুক্ত হ’ব আৰু লগতে সমাজখনক সঠিক তথ্য প্রদান কৰাত সহায় কৰিব বুলিও আশা প্রকাশ কৰিছে গৱেষকৰ দলটোৱে। এই গৱেষণাত অংশগ্রহণ কৰা চিকিৎসকৰ দলটোত আছে চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ শ্রীমন্ত মাধৱ বৰুৱা, হৃদৰোগ বিভাগৰ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মৃগংকা শেখৰ চলিহা, অধ্যাপক ডাঃ প্রণামী বৰা, ৰেডিঅ’লজি বিভাগব গবেষক ছাত্র ডাঃ অনিছ হাজৰা আৰু গৱেষক ছাত্র ডাঃ শ্যামজিৎ লক্ষ্মণ।

উল্লেখ্য যে নীতিগতভাৱে গৱেষণাত অংশগ্ৰহণ কৰা সকলোৰে নাম আৰু ঠিকনা গোপনে ৰখা হ’ব বুলি গৱেষকৰ দলটোৱে জানিবলৈ দিয়ে। প্রতিজন ব্যক্তিৰ বাবে ইচিজি, ইচিত্র’, এইচএছচিআৰপি, কার্ডিয়াক এমআৰআই আদি পৰীক্ষা বিনামূলীয়াকৈ কৰা হ’ব। এই বিষয়টোৰ সন্দৰ্ভত গৱেষণা কৰিবলৈ গৱেষক ছাত্র দুজনক থেচিছৰ বিষয়বস্তু নির্ধাৰণ কৰি দিয়া হৈছে। অহা ডিচেম্বৰৰ ভিতৰত এই গৱেষণাৰ ফলাফল ওলাব বুলি আশা ব্যক্ত কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ দুই জ্যেষ্ঠ চিকিৎসকে।

আনহাতে, অংশগ্রহণকাৰীসকলে ৯৫৬৪১৯৮৯৫৮ আৰু ৯৯৯৫৮১৮০৬৭ নম্বৰত যোগাযোগ কৰিব পাৰে আৰু তেওঁলোকৰ তথ্য গোপনে ৰখা হ’ব বুলিও সদৰী কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ গৱেষকৰ দলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Medical ColleaeDIBRUGARHEffects of CovishildPreparing to StudyTeam of Doctors
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d