ভাৰতক অতিক্ৰম কৰিলে বাংলাদেশৰ জি ডি পিয়ে

WhatsApp Image 2020 10 14 at 4.17.52 PM

যি সময়ত কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ GDP ক্ৰমাৎ হ্ৰাস পাইছে । ঠিক তেনেসময়তে আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ এক প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ ব্যক্তি প্ৰতি মুঠ ঘৰুৱা উৎপাদনত ভাৰতক অতিক্ৰম কৰিবলৈ সাজু হৈছে ।

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ WEOৰ অনুসৰি, ২০২০ ত বাংলাদেশৰ প্ৰতি জন ব্যক্তিৰ জিডিপি ৮ শতাংশৰ বৃদ্ধি হৈ ১,৮৮৮ হ’ব বুলি আশা কৰা হৈছে । আনহাতে ভাৰতৰ প্ৰতি জন ব্যক্তিৰ জি ডি পি ১০.৩ শতাংশৰ হ্ৰাসেৰে ১,৮৭৭ ডলাৰ হ’ব বুলি প্ৰকাশ পাইছে ৷ উল্লেখযোগ্য যে ভাৰত বৰ্ষৰ GDP ৰ এই সংখ্যা বিগত চাৰি বছৰৰ ভিতৰত আটাইতকৈ নিম্নতম ৷

Exit mobile version