এছ আই কেলেংকাৰিত অভিযুক্ত সঞ্জীত কৃষ্ণক গ্ৰেপ্তাৰ আৰক্ষীৰ

SI Scam Kumar Sanjit Krishna

S I কেলেংকাৰিৰ অভিযুক্ত আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

আজি অভিযুক্ত সঞ্জীত কৃষ্ণই আত্মসমৰ্পণৰ উদ্দেশ্যে ১২ বজাত উপস্থিত হয় আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত৷

উল্লেখযোগ্য যে মংগলবাৰৰ পৰা আত্মগোপন কৰি আছিল সঞ্জীত কৃষ্ণই ৷

Exit mobile version