কুমাৰ সঞ্জীত কৃষ্ণৰ লগতে আদালতত হাজিৰ ৰুবুল হাজৰিকা আৰু সূৰয শৰ্মা

WhatsApp Image 2020 10 09 at 2.49.34 PM 1

◆ কুমাৰ সঞ্জীত কৃষ্ণৰ লগতে ৰুবুল হাজৰিকা আৰু সূৰয শৰ্মাক আদালতত হাজিৰ কৰাইছে চি আই ডিয়ে ।

◆ উল্লেখ্য যে, প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অন্যতম অভিযুক্ত আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
◆ নিশাটো চি আই ডিৰ মুখ্য কাৰ্যালয়ত লক আপত ৰখাৰ পাছত আজি আদালতত হাজিৰ কৰোৱা হয় সঞ্জীত কৃষ্ণক।

Exit mobile version