আজি কাতি বিহু ৷ সমগ্ৰ অসমৰ লগতে বঙাইগাঁও চিৰাং জিলাৰ চহা কৃষিপ্ৰধান অঞ্চলটো পালন কৰা হৈছে কাতি বিহু ৷অসমীয়াৰ পৰম্পৰা অনুসৰি আজি প্ৰত্যেকঘৰ অসমীয়াই কাতি বিহু পালন কৰে ৷অসমীয়া সংস্কৃতি পৰম্পৰা অনুসৰি এই বিহুত জীয়ৰী,বোৱাৰীযে পথাৰত চাকি জ্বলাই,তুলসীৰ তলত চাকি জ্বলাই আই লখিমীক প্ৰাৰ্থনা জনায়৷
আজি কাতি বিহুঃসমগ্ৰ অসমৰ লগতে বঙাইগাঁৱতো পালন কৰা হৈছে কাতি বিহু
-
By publisher
Related Content
Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন
By
publisher
January 22, 2025
Six Mile flyover in dangerous condition: বিপজ্জনক অৱস্থাত ছয়মাইলৰ উৰণ সেতু
By
publisher
January 22, 2025
Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল
By
publisher
January 22, 2025
Puppet dance performance at the Mahakumbh Mela: প্ৰয়াগৰাজত অসমৰ লোক সম্পদ পুতলা নাচ মহাকুম্ভ মেলাত
By
publisher
January 22, 2025
Jal jeevan: চৰম ব্যৰ্থতাৰ দৃষ্টান্ত!
By
publisher
January 22, 2025
Ripun Bora Press meet: ২০২৪-২৫ ৰ অসমৰ বাজেট এক আভুৱা ভৰা বাজেট
By
publisher
January 22, 2025