Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

publisher by publisher
March 7, 2026
in Assam, News
Reading Time: 1 min read
0
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Resignation from uppl:ইউপিপিএলৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

UPPL :✒️ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়োৰ ৰাজ্যসভা যাত্রাই দলৰ অভ্যন্তৰত মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অনাগত দিনত ইউপিপিএলৰ ভৱিষ্যতক লৈও শংকিত হৈছে দলৰে একাংশ নেতা। বিটিচিত ইউপিপিএলৰ শক্তি হ্রাস কৰাৰ চেষ্টা চলিছে বুলিও এক চর্চা আৰম্ভ হৈছে।

ADVERTISEMENT

সূত্ৰত প্রকাশ যে বড়োৱে এনডিএৰ প্রার্থীৰূপে ৰাজ্যসভা নির্বাচনত মনোনয়ন দাখিলৰ ফলত দলটো সংকুচিত হ’ব বুলি আশংকা প্রকাশ কৰে দলৰ জ্যেষ্ঠ নেতাই। ক্রমশঃ দলটো গুৰুত্বহীন হৈ পৰিব নেকি বুলিও প্রশ্ন উত্থাপন হৈছে। দিছপুৰৰ পৰা বিটিচিলৈ ব্যাপ্ত এনে এক চর্চা অনুসৰি অনাগত কিছু বছৰ দলটোৰ শক্তি আৰু পৰিসৰ সংকুচিত হৈয়ে থাকিব।

বিটিচিত এক দীঘলীয়া সংগ্ৰামৰ আঁত ধৰি জন্ম লাভ কৰা ইউপিপিএল অনাগত দিনত বিজেপিৰ আগ্রাসী ৰাজনীতিৰ চাকনৈয়াত পৰি গুৰুত্বহীন হৈ পৰিব বুলি আশংকা প্রকাশ কৰে দলৰ জ্যেষ্ঠ সূত্রই। অৱশ্যে এই সময় কিমান দীঘলীয়া হ’ব সেই সম্পর্কে কোনো ধাৰণা কৰিব পৰা নাই এইসকলে।

দলটোৰ একাধিক জ্যেষ্ঠ নেতা-কর্মীৰ ভাষ্যতে স্পষ্ট হৈছে যে সম্প্রতি ক্ষমতাৰ ৰাজনীতিত ধূসৰ হৈছে নীতি-আদৰ্শৰ ৰাজনীতি।

ৰাজ্যসভালৈ দুজনকৈ সাংসদ উপহাৰ দি ইউপিপিএলে সংসদীয় ৰাজনীতিত মোহৰ লগোৱাই নহয়, ক্ষমতাসীনৰ সংগী হৈ থকাৰ লোভএৰিব পৰা নাই। ইয়াৰ ফলত প্রকৃতার্থত তৃণমূলত কিমান সবল আৰু সফল হৈ থাকিব সেয়া সময়ে ক’ব যদিও এই কথা স্পষ্ট হৈছে যে ডাঙৰ মাছে গিলি পেলোৱাৰ দৰে অৱস্থা হ’ব পাৰে বুলি শংকা নিশ্চিতভাবে আছে।

দলৰ একাংশ জ্যেষ্ঠ নেতাই কয় যে আজিৰ ক্ষমতা সর্বস্ব ৰাজনীতিত নিভাঁজ ৰাজনীতিকৰ অভাৱ হৈছে। এনে নেতাই কয়, ‘বহু সংগ্ৰামৰ মাজেৰে ইউপিপিএলৰ জন্ম হৈছে। বিপিএফৰ দুর্নীতি, বড়ো ভূমিত ক্ষমতাৰ বিকেন্দ্ৰীকৰণকে আদি কৰি বড়োসকলৰ ভাষিক-সাংস্কৃতিক ঐতিহ্য ৰক্ষণাবেক্ষণৰ যুঁজ দিয়াৰ বাবে ইউপিপিএলৰ বহু কৰিবলগীয়া আছে। সম্প্রতি যি ধৰণৰ ৰাজনৈতিক পৰিৱেশ গঢ় লৈছে তাত ধনেই সর্বস্ব হৈছে। ধনৰ অবিহনে ৰাজনীতি কৰাটোৱে যেন অবাস্তব বিষয়।’

উল্লেখ্য যে নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ সভাপতি পদ চম্ভালি ইউপিপিএল গঠনৰে প্রমোদ বড়োবে বিপিএফক প্রত্যাহ্বান জনাই বিটিচিত বিগত নির্বাচনত জয়ী হৈছিল যদিও দ্বিতীয়টো কার্যকাল লাভ নকৰিলে। পুনৰ বিপিএফে পূর্বতকৈ অধিক সবলভাবে বিটিচিৰ শাসনৰ বাঘজৰী লাভ কৰিলে। সূত্ৰত প্রকাশ যে দিছপুৰৰ ঘনিষ্ঠ মহলে বিটিচি প্রশাসনলৈ ধনৰ সৰবৰাহৰ পথ মসৃণ নহয়।

বিশেষকৈ কেন্দ্রত আৰু ৰাজ্যতো বিজেপিৰ ডবল ইঞ্জিন চৰকাৰ হোৱাৰ বাবে ৰাজ্যক গৰকি কেন্দ্রব পৰা সুচাৰুবরূপে ধন আদায় কৰাটো সম্ভৱপৰ হৈ নাথাকে। বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দবে আগ্রাসী মুখ্যমন্ত্রীৰ ক্ষেত্রত সেয়া আৰু অবাস্তৱ হৈ পৰে বুলিও কয় ৰাজনৈতিক মহলে।

সেয়েহে এই পৰিস্থিতিত দিছপুৰৰ স’তে হাত মিলাই থাকিবলগীয়া হয় যদিও প্রকৃতার্থত কাগজে-কলমে বিটিএডিলৈ ধনব কেন্দ্রব পৰা পোনপটীয়া হস্তান্তর হ’ব লাগে। ডবল ইঞ্জিন চৰকাৰ থকা হেতু মুখ্যমন্ত্রী শর্মাই পূর্ণ ক্ষমতা খটুৱাই হাগ্রামা মহিলাৰী আৰু প্রমোদ বড়োক আঙুলিৰ ঠাৰত নচুৱাইছে বুলিও প্রশ্ন উঠিছে।

বিভিন্ন ৰাজনৈতিক মহলৰ চর্চা অনুসৰি বিগত পাঁচ বছৰ এনে বুজাবুজিৰ মাজেবে প্রশাসন চলাইছিল বড়োবে। ওপৰ মহলত কিবা ডীল অর্থাৎ বুজাবুজি হৈছিল বুলিও একাংশৰ মাজত চর্চা আছে। দিছপুৰৰ এই অদৃশ্য নিয়ন্ত্রণৰ বাবে বড়োবে এতিয়া বিচাৰক বা নিবিচাৰক দিল্লীলৈ যাবই লাগিব। এনে কথা প্রকাশ কৰি ইউপিপিএলৰ বাহিৰে-ভিতৰে ৰাজনৈতিক ভূ বৰখা মহলে কয় যে আগন্তুক কিমান বছৰ ইউপিপিএল সংকুচিত অথবা গুরুত্বহীন হৈ থাকিব লাগিব সেয়া সময়ে ক’ব। এনে চর্চা অনুসৰি বিজেপিৰ আন এটা মিত্রদল অগপও ক্ৰমশঃ সংকুচিত হ’বলৈ ধৰিছে আনহাতে, দলৰ এক সূত্রই কয় যে তেওঁলোকে যুঁজ দিব বিচাৰে।

আগন্তুক বিধানসভা নির্বাচনক লৈয়ো এই ক্ষেত্রত বিজেপিবে বুজাবুজি কি হ’ব সেয়া এতিয়া স্পষ্ট নহয়। এটা মহলে কয় যে প্রমোদ বড়োক ৰাজ্যসভালৈ প্রেৰণ কৰি কোনোবাই ইউপিপিএলৰ ভৱিষ্যৎ অন্ধকাৰৰ পৰিকল্পনা ৰচিছে নেকি বুলিও দলৰ ভিতৰতে চর্চা চলিছে। দলৰ মুৰব্বীৰ শক্তি হ্রাস কৰাৰ বাবে কৌশল বচনা কৰা বুলিও চর্চিত হৈছে। সম্প্রতি ইউপিপিএলৰ সাতজন বিধায়ক আছে। বিটিচিৰ ১৫ টা বিধানসভা সমষ্টিৰ ভিতৰত যদি বিজেপিৰে বুজাপৰাত এই সাতটা সমষ্টি লাভনকৰে তেন্তে নিজাববীয়াকৈ নির্বাচন খেলিব বুলি দলৰ সূত্রই হুংকাৰ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Pramod BoroUPPL
publisher

publisher

Related Posts

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d