আইৰণ মেনে হুৱাদুৱাৰ সৃষ্টি কৰিলে উত্তৰ প্ৰদেশত

1dd4bc92 ffa8 4d12 a2b6 ddf2a3158bc1

আইৰণ মেনে হুৱাদুৱাৰ সৃষ্টি কৰিলে উত্তৰ প্ৰদেশত । প্রকৃততে সেয়া কোনো আইৰণ মেন নহয়, আইৰণ মেনৰ আকাৰৰ এটা গেছভৰ্তি বেলুনহে । ঘটনাটো ঘটিছিল উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ ডানকৌড় চহৰত।

আইৰণ মেনৰ আকাৰৰ এটা বেলুন শনিবাৰে পুৱা আকাশত উৰি থকা দেখিবলৈ পোৱাৰ লগে লগে লোকসকলৰ মাজত সৃষ্টি হয় হৈ- হাল্লাৰ আৰু এলিয়ান বুলি চিঞৰিবলৈ ধৰে প্রত্যক্ষদৰ্শী সকলে । ইয়াৰ পিছতে গেছ ভৰ্তি বেলুনটো ভট্টাৰ পাৰচৌল গাঁৱত পৰি যোৱা পৰিলক্ষিত হয় ।

ইয়াৰ পিছত উক্ত স্থানত আৰক্ষী উপস্থিত হৈ এই সন্দৰ্ভত কয় যে, বতাহত উৰি থকা বেলুনটো দেখি আকাশত বিদেশী বা অন্য বুলি ভাবি ৰাইজে হৈ ‘হাল্লা কৰে ।

Exit mobile version