প্ৰযুক্তিৰ বিদ্যাক লৈ এইবাৰ চীনে গৃহীত কৰিলে নতুন আইন।এই আইনৰ দ্বাৰা আমেৰিকা আৰু চীনৰ মাজৰ বৈদেশিক সম্পৰ্কত অৱনতি ঘটাব পাৰে ৷
ADVERTISEMENT
চীনৰ নেশ্যনেল পীপুল্স কংগ্ৰেছ ষ্টেণ্ডিং কমিটিয়ে এই আইনক আজি গৃহীত কৰে ৷এতিয়াৰ পৰা চীনৰ সকলো কোম্পানীত এই আইনৰ নীতি নিয়ম প্ৰযোজ্য হ’ব। এই আইন প্ৰযোজ্য হ’ব চলিত বৰ্ষৰ এক ডিচেম্বৰৰ পৰা ৷
এই আইনৰ দ্বাৰা চীনৰ “ৰাষ্ট্ৰীয় সুৰক্ষা”সুৰক্ষিত হ’ব ।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ বহু এপপ বন্ধ কৰি দিছিল ৷ইয়াৰ ভিতৰত আছিল টিকটক,উই চাট ইত্যাদি ৷
আনহাতে এই নতুন আইনৰ নিয়মক উলংঘন কৰিলে ৫ ত্ৰিলিয়ন ইউয়ান ভৰিব লাগিব ৷লগতে লাইচেঞ্চো বাতিল কৰিব ৷